English to Assamese glossary of Microsoft terms

Search term or phrase in this TERMinator '. "." . '

Purchase TTMEM.com full membership to search this dictionary
 
 
Share this dictionary/glossary:
 

 
database_of_translation_agencies
 

SourceTarget
mail recipientমেইল প্ৰাপ্তকৰ্তা, মেইল গ্ৰহনকাৰী
mail serverমেইল চাৰ্ভাৰ
mailboxমেইল বাকচ
mailing addressমেইলৰ ঠিকনা
mailing addressমেইলিং ঠিকনা
mailing labelডাক লেৱেল
mailing listডাক সূচী, মেইলৰ সূচী
MailTipমেইল আভাস
MailTipsমেইল আভাস
mailtoমেইলটু
main appমুখ্য এপ্প্
main documentমূখ্য নথিপত্র
Maintenance troubleshooterতদাৰকী অসুবিধা আঁতৰ কৰোতা
Make Table queryতালিকা কুৱেৰী কৰক
make-table queryকুৱেৰী-তালিকা-কৰক
malicious advertisingক্ষতিকাৰক বিজ্ঞাপন
malicious softwareপ্রতিৰোধক ছফটৱেৰ
malvertisingমেলভাৰটাইজিং
malwareমালৱেৰ
manageপ্ৰবন্ধন কৰক
managed codeপৰিচালিত ক'ড
Managed E-mail Folderপৰিচালিত ই-মেইল ফ'ল্ডাৰ
managed navigationপৰিচালিত নেভিগেশ্বন
management consoleমেনেজমেন্ট কক্ষ
management systemমেনেজমেন্ট ছিষ্টেম
managerমেনেজাৰ
mandateআদেশপত্ৰ
manualমেনুৱেল
manual line breakমেনুৱেল ৰেখা বিৰতি
mapমেপ
MAPIMAPI
mapped rangeমেপ হৈ থকা প্ৰসাৰ
marginপ্রান্তৰেখা
Mark as Finalচূড়ান্ত ৰূপে চিহ্নিত কৰক
marketing campaignবিপণন প্রচাৰাভিযান
markupমাৰ্কআপ
markup balloonমাৰ্কআপ বেলুন
marqueeমাৰ্কীউ
maskমাস্ক
masterপ্রমুখ
masterমাষ্টাৰ
master boot codeমাষ্টাৰ বোট ক’ড
Master Category Listমাষ্টাৰ বৰ্গ সূচী
master documentপ্রমুখ নথিপত্ৰ
master keyপ্ৰমুখ কী, প্ৰধান কী
master pageপ্ৰমুখ পৃষ্ঠা
master shapeপ্ৰমূখ আকৃতি
master textমাষ্টাৰ পাঠ
master user domainপ্রমুখ উপভোক্তা ড'মেইন
MasterCard SecureCodeMasterCard সুৰক্ষা ক'ড
master-level guideমাষ্টাৰ-লেভেল গাইড
materialsসামগ্ৰীসমূহ
Math Autocorrectগণিত স্বয়ংক্ৰিয় শুদ্ধ
Matrixমেট্ৰিক্স
max pointsসৰ্বাধিক পইণ্টসমূহ
maximizeসর্বাধিক কৰক
MBMB
MCDIMCDI
MD5MD5
MDXMDX

Want to see more? Purchase TTMEM.com full membership